গুৱাহাটীলৈ কিয় আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে?

২২ ছেপ্টেম্বৰত গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি। লোকমন্থন 2022 অনুষ্ঠানত উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়। পুৱা ১০ বজাত কলাক্ষেত্ৰত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী। উপ-ৰাষ্ট্ৰপতিৰূপে দায়িত্ব গ্ৰহণৰ পিছত ধনখড়ৰ প্ৰথমটো অসম ভ্ৰমণ।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লোকমন্থন 2022। এই অনুষ্ঠানত পৰিৱেশিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভিন্ন লোক পৰম্পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...