কিদৰে ভাঙিছিল গুজৰাটৰ ওলমা দলং? CCTVত শিহৰণকাৰী দৃশ্য!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্যত ভয়ংকৰ অঘটন। গুজৰাটৰ মৰ্বীত মৃত্যুৰ কিৰীলি। এখন ওলোমা দলং নৈত খহি পৰাৰ ফলত নিহত হ’ল ১৪১ জন। মৰ্বী অঞ্চলৰ মাচ্ছু নৈৰ ওপৰত থকা দলংখন বহন ক্ষমতাতকৈ অধিক লোক উঠাৰ বাবে খহি পৰে। দেওবাৰে বিয়লি দলংখনত একেলগে উঠিছিল ৫ শতাধিক লোক।

  • কাৰ ভুলৰ বাবে সংঘটিত হ’ল ভয়াৱহ ঘটনা?
  • ১৪০ বছৰ পুৰণি আছিল দুৰ্ঘটনাগ্ৰস্ত দলংখন
  • ৮ মাহ ধৰি বন্ধ হৈ আছিল পুৰণি দলংখন
  • দুৰ্ঘটনাৰ ৪দিন পূৰ্বে মুকলি কৰা হৈছিল দলংখন
  • কোম্পানীৰ গাফিলতিৰ বাবেই ভয়ংকৰ দুৰ্ঘটনা
  • পুনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ‘অৰেবা’ নামৰ এটা কোম্পানীয়ে
  • ১৫ বছৰৰ বাবে কোম্পানীটোৰ সৈতে হৈছিল চুক্তি
  • ২০২০ত নগৰপালিকা আৰু কোম্পানীটোৰ সৈতে হৈছিল চুক্তি
  • ২০২২ৰ পৰা ২০৩৭ লৈকে কোম্পানীটোৰে হৈছিল চুক্তি
  • চোৱাচিতা, টিকট সংগ্ৰহৰ দায়িত্বত আছিল কোম্পানীটো
  • অধিক লাভৰ বাবে বহন ক্ষমতাতকৈ বেছি লোক পঠিয়াইছিল কোম্পানীটোৱে
  • বহন ক্ষমতাতকৈ অধিক লোকৰ অনুমতি দিছিল কৰ্তৃপক্ষই
  • কোম্পানীটোৰ গাফিলতিৰ বাবেই ভয়ংকৰ ঘটনা
  • পুনৰ মেৰামতিৰ বাবে ৮-১২ মাহৰ সময় পাইছিল কোম্পানীটোৱে
  • কোম্পানীটোৱে ৫ মাহতে লাভৰ বাবে খুলি দিছিল দলংখন
  • প্ৰতি বছৰে কোম্পানীটোৱে বৃদ্ধি কৰিছিল টিকটৰ দাম
  • কিন্তু প্ৰয়োজনীয় মেৰামতি কৰা নাছিল তেওঁলোকে
  • ৩.৫ লাখ টকাৰে মেৰামতি কৰিছিল দলংখন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...