আকৌ বিতৰ্কত কোহলী, কাৰণ জানিলে আপোনাৰো উঠিব খং!

আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ অন্তিমখন মেচত খেল আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত গাই থকাৰ সময়ত কোহলিয়ে ‘চুইংগাম’ চবাই থকা পৰিলক্ষিত হৈছিল। আৰু ইতিম্যেই এই ঘটনাটোত লৈ সমগ্ৰ ক্ৰিকেট মহলত বিতৰ্কৰ সৃষ্টি হৈছে।

বহুতে কোহলিৰ এই ব্যৱহাৰৰ বাবে তেওঁক সমালোচনা কৰা দেখা গৈছে। ৰাষ্ট্ৰীয় সংগীত চলি থকাৰ সময়ত কেনেকৈ কোহলিয়ে ‘চুইংগাম’ চবাই থাকিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অনুৰাগীয়ে।আনহাতে এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাই ভাৰতক হোৱাইটৱাছ কৰে। অন্তিমখন এদিনীয়াত ৪ ৰানত পৰাজয় বৰণ কৰে ভাৰতে। আৰু যাৰ ফলত শৃংখলা ৩-০ ব্যৱধানত জয় কৰে দক্ষিণ আফ্ৰিকা বাহিনীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...