সমগ্ৰ দেশতে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

0 66

সমগ্ৰ দেশতে হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ৩ লাখ ৩৩ হাজাৰ ৫৩৩জন। ইয়াৰ বিপৰীতে ক’ভিডত প্ৰাণ হেৰুৱাইছে ৫২৫জন আক্ৰান্তই। মহাৰাষ্ট্ৰ, কেৰালা, কৰ্ণাটক, তামিলনাডু, গুজৰাটত সৰ্বাধিক আক্ৰান্ত।

দিল্লীত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২ লাখ ৬০ হাজাৰ লোক।

Leave A Reply

Your email address will not be published.