ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পাব পাৰে শান্তিৰ নোবেল!

২০২২ৰ শান্তিৰ নোবেল বঁটা লাভ কৰিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কীলৈ আগবঢ়োৱা হ’ব পাৰে নোবেল পুৰস্কাৰ।

ইউৰোপৰ কেইবাগৰাকী নেতাই নোবেল বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ৩১ মাৰ্চলৈ বৃদ্ধিৰ দাবী জনাইছে। নোবেল প্ৰাইজ কমিটীলৈ সময় বৃদ্ধিৰ দাবী জনাইছে কেইবাগৰাকী নেতাই। এই বৰ্ষত পৃথিৱীৰ শ্ৰেষ্ঠ বঁটাৰ বাবে মুঠ ২৫১গৰাকী ব্যক্তি আৰু ৯২টা সংগঠনে আবেদন জনাইছে।

উল্লেখ্য যে, এই বৰ্ষৰ ৩-১০ অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ’ব বিজয়ীৰ নাম।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...