চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ ২ নেতা

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত সংগঠনৰ ২ নেতা। দিব্যাংগ মঞ্চ অসমৰ সভাপতি আৰু সম্পাদকক আটক পাণবজাৰ আৰক্ষীৰ। চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত সংগ্ৰহৰ অভিযোগ। কেইবালাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। পূৰ্বে টকা বিছাৰি ফোন কৰা কল ৰেক’ৰ্ডিং হৈছিল ভাইৰেল। পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল একাংশ ভুক্তভোগীয়ে। অৱশেষত আৰক্ষীৰ জালত ২ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন। গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিশা আটক কৰে দুয়োকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...