এশ গৰু মাৰিলে বাঘৰো মৰণ…এইবাৰ জালত দুজনকৈ লাট মণ্ডল, এজন ভূ মাফিয়া!

পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুজনকৈ লাট মণ্ডলক গ্ৰেপ্তাৰ। নটাৰী বিষয়া আৰু এজন অধিবক্তাকো গ্ৰেপ্তাৰ আৰক্ষীৰ। বুধবাৰে নিশা গ্ৰেপ্তাৰ লাট মণ্ডল সত্যচৰণ দত্ত আৰু সুভাষ শৰ্মাক। মি কেলেংকাৰিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূ মাফিয়া তপন মালীকো গ্ৰেপ্তাৰ। সম্প্ৰতি অভিযুক্ত তপন মালী জে’লত। লাট মণ্ডল দুজনক সোধা-পোছা পলাশবাৰী আৰক্ষীৰ। অধিবক্তা পিংকি বৰুৱা, নটাৰী বিষয়া অৰুণিমা ভাগৱতীক গ্ৰেপ্তাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...