একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

  • একে নিশাই ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ
  • শোনিতপুৰৰ ভালুকপুঙত পুৱতি নিশা আৰক্ষীৰ এনকাউন্টাৰ
  • চাৰিদুৱাৰ আৰক্ষী আৰু নিষিদ্ধ ঘোষিত সংগঠন NLFB ৰ মুখামুখি সংঘৰ্ষ
  • অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙৰ বাৰ মাইলত সংঘটিত এই ঘটনা
  • আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ২ NLFB সদস্য, এজনক আটক
  • আহত ইৰাকদাও নাৰ্জাৰী আৰু খাম্পান্দাৰ বসুমতাৰী
  • আৰক্ষীয়ে আটক কৰিছে গেন্দ্ৰা বসুমতাৰীক
  • আহত NLFB সদস্যক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...