মাজনিশা কলিয়াবৰত কোনে চলাইছিল সন্ত্ৰাস? আৰক্ষীৰ জালত পৰিল কোন কোন?

চামগুৰি আৰক্ষীৰ জালত কলিয়াবৰ কাণ্ডৰ লগত জড়িত দুজন। চামগুৰি আৰক্ষীয়ে এক অভিযান চলাই কনুৱামাৰীৰ পৰা আটক কৰিছে মুজামিল হুছেইন আৰু বাহাৰুল ইছলাম নামৰ দুজনক। শুক্ৰবাৰে কলিয়াবৰৰ ৰাজপথত গাড়ী আগভেটি আৰোহীক আক্ৰমণ আৰু মহিলাৰ পৰা আ-অলংকাৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল দুধৰ্ষ ডকাইতকেইটাই। বৰ্তমানেও পলাতক সমগ্ৰ কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ৰচিদুল হক। ৰচিদুলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...