‘TVয়ে মিছাতে বেয়া বুলি দেখুৱায়… আজমল কিন্তু ভাল মানুহ… ৰাইজে বুজি পাইছে’

সাংবাদিকৰ সন্মুখত সাংসদ বদৰুদ্দিন আজমল। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ আজমলৰ কটাক্ষ। ভিৰ পাব। ভোট নাপাব। লোকসভা নিৰ্বাচনত তিনিখন আসন জয় কৰিব বুলি দাবী সাংসদজনৰ। নিৰ্বাচনৰ আগেআগে আজমল নিশাচৰ হৈছে। চৰে চৰে ঘূৰিছে। ৰাইজৰ লগত কথা পাতিছে। কংগ্ৰেছক আক্ৰমণ, অসমত কংগ্ৰেছৰ এতিয়া প্ৰাণেই নাই।

টিভিয়ে মিছাতে বেয়া বুলি দেখুৱায়’
‘আজমল কিন্তু ভাল মানুহ’
‘ৰাইজে হেনো বুজি পাইছে

নিৰ্বাচনৰ অহাৰ লগেলগে নিশাচৰ হৈছে সাংসদ বদৰুদ্দিন আজমল। চৰে চৰে ঘূৰিছে নিশা। সাধাৰণ জনতাৰ লগত কথা পাতিছে। অভাৱ-অভিযোগৰ বুজ লৈছে। ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত ৰাহুল গান্ধী।

এবাৰ-দুবাৰ কিয়…
৩ বাৰ অসমলৈ আহক ৰাহুল
ৱেলকাম জনাব আজমলে
অসমৰ কংগ্ৰেছ মূৰ্দাবাদ

ৰাহুল গান্ধীৰ আগমনেও কোনো কাম নিদিব আগন্তুক লোকসভা নিৰ্বাচনত ধৰাশায়ী হব কংগ্ৰেছ। বিজেপি আৰু এ আই ইউ ডি এফেহে পাব আসন। প্ৰতিদিনে হাজাৰ হাজাৰ কংগ্ৰেছীয়ে যোগদান কৰিছে AIUDFত – আজমলৰ দাবী।

নিৰ্বাচনলৈ কংগ্ৰেছত কোনো নাথাকিবগৈয়ে। আজমলৰ সন্দেহ। ৰাম মন্দিৰক লৈও প্ৰতিক্ৰিয়া আজমলৰ। এয়া শুভক্ষণ। শুভেচ্ছা। আজমলৰ মুখত ৰাম নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...