১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ, টিউচন মাষ্টাৰ শ্বাহজাহান হুছেইনক ১০ বছৰৰ কাৰাদণ্ড

নাবালিকাক ধৰ্ষণকাৰীক ১০বছৰ সশ্ৰম কাৰাদণ্ড POCSO আদালতৰ। ৩২ বছৰীয়া শ্বাহজাহান হুছেইন নামৰ টিউচন মাষ্টাৰক এই শাস্তি। টিউচন কৰা এগৰাকী ১৩ বছৰীয়া কিশোৰীক অপহৰণ কৰি বলাৎকাৰ কৰিছিল শ্বাহজাহানে। হিন্দু কিশোৰীগৰাকীক বলপূৰ্বক বোৰ্খা পৰিধান কৰাই অপহৰণ কৰিছিল হুছেইন। ইয়াৰ পিছতে ছোৱালীগৰাকীৰ পৰিয়ালে কন্যা নিখোজ হোৱা বুলি থানাত দিছিল এজাহাৰ। অপহৰণৰ এসপ্তাহ পিছত ছোৱালীগৰাকীৰ সৈতে শ্বাহজাহানে থানাত আত্মসমৰ্পণ কৰিছিল। প্ৰায় ৮ বছৰৰ পিছত আদালতে কিশোৰীগৰাকীৰ লগতে পৰিয়ালটোক ন্যায় প্ৰদান কৰে আদালতে। কিশোৰীগৰাকীক ১ লাখ টকা ক্ষতিপূৰণৰো দিলে নিৰ্দেশ আদালতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...