ইৰানৰ ৩ পাৰমাণৱিক শক্তিকেন্দ্ৰত আক্ৰমণ আমেৰিকাৰ

মধ্যপ্ৰাচ্যত অব্যাহত ইৰান–ইজৰাইলৰ যুদ্ধ। ইজৰাইলৰ পক্ষত শক্তিধৰ আমেৰিকা। ইৰানৰ ৩ পাৰমাণৱিক শক্তিকেন্দ্ৰত আক্ৰমণ আমেৰিকাৰ। ইৰানত আক্ৰমণৰ দাবী আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। পূৰ্বেও ইৰানক আক্ৰমণৰ ভাবুকি দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই। ইৰানৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাই। প্ৰত্যুত্তৰত ইৰানেও চলাইছে ইজৰাইলৰ ওপৰত আক্ৰমণ। মধ্যপ্ৰাচ্যৰ যুদ্ধই ক্ৰমাৎ ৰূপ লৈছে বিভীষিকাৰ। পাৰমাণৱিক যুদ্ধ হোৱাৰ পূৰ্ণ আশংকাই দেখা দিছে মধ্যপ্ৰাচ্যত। দুই দেশৰ যুদ্ধক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব। মধ্যপ্ৰাচ্যৰ যুদ্ধই প্ৰভাৱ পেলাইছ বিশ্ব অৰ্থনীতিত। যুদ্ধই খাৰুৱা তেল আৰু মূল্য ঊৰ্ধগামী কৰিছে সমগ্ৰ বিশ্বৰ বজাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...