হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা

হোজাই-পশ্চিম কাৰ্বি আংলং সীমান্তত শোকাৱহ ঘটনা। কপিলী নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ এজন যুৱক। নিৰুদ্দিষ্ট যুৱকজন উত্তৰপ্ৰদেশৰ সাৰণপুৰৰ ৰোহিত কুমাৰ বুলি জানিব পৰা গৈছে।

কপিলীৰ ওপৰত নিৰ্মাণ হৈ থকা দলঙৰ নিৰ্মাণকাৰ্যত জড়িত হৈ আছিল যুৱকজন। বন্ধুৰ সৈতে গা ধুবলৈ যাওঁতেই সংঘটিত হয় এই অঘটন। ইতিমধ্যে যুৱকজনৰ সন্ধানত SDRF-এ উদ্ধাৰ অভিযান চলাই আছে যদিও এই মুহূৰ্তলৈকে সন্ধান ওলোৱা নাই যুৱকজনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...