মুখ্য বাতৰি

বিধায়ক ৰমাকান্ত দেউৰীয়ে পৰিৱেশন কৰিলে স্বৰচিত গীত

মৰিগাঁও দিৱসত নিজৰ স্বৰচিত গীত পৰিৱেশন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে। এইবাৰ গায়কৰ ৰূপত মৰিগাঁৱৰ বিজেপি বিধায়কজন। নিশা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পৰিৱেশন কৰিলে নিজৰ...

ক্ৰিকেটাৰ মিতালী ৰাজৰ সৈতে কি কথা পাতিলে মুখ্যমন্ত্ৰীয়ে?

প্ৰখ্যাত মহিলা ক্ৰিকেটাৰ মিতালী ৰাজক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে। সাক্ষাতৰ পিছতে মুখ্যমন্ত্ৰীয়ে লিখিছে-''দেশৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক শ্ৰীমিতালী ডি ৰাজক লগ পাই...

আকাশত উৰিছে গাড়ী, ইমান দিনে কল্পবিজ্ঞানত চলা চৰ্চাই পালে বাস্তৱ ৰূপ!

অত্যধিক যান-জঁটে মূল্যৱান সময় খৰছ কৰিছে নেকি আপোনাৰ? এতিয়া, পথৰ যান-জঁটক তলতে থৈ ওপৰেৰে উৰি যাব পাৰিব আপুনি। উদ্ভাৱন কৰা হৈছে আকাশত উৰিব পৰা...

অসাৰ হ’ল চৰকাৰৰ নমামি ব্ৰহ্মপুত্ৰ, ক’ত গ’ল চৰকাৰৰ বানমুক্ত অসমৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি?’

শংকা আঁতৰা নাই ডিব্ৰুগড় চহৰৰ। মাইজানত খহিয়েই আছে বুঢ়া লুইতৰ গৰা। ইতিমধ্যে মথাউৰিৰ পৰা ২০০ মিটাৰ অংশ বুঢ়া লুইতত জাহ গৈছে। তাৰপিছতে তৎপৰতাৰে পুৰণি...

অবৈধ নাৰ্ছিংহোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাহস নাই কিয়?

খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে GMC-এ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহক লৈ কঠোৰ GMC। কিন্তু মহানগৰীৰ ব্যক্তিগত নাৰ্ছিংহোমৰ জালিয়াতিক লৈ...

Popular