মুখ্য বাতৰি

পঞ্জাৱত মেজিক নম্বৰ অতিক্ৰম কৰিলে AAPএ

পঞ্জাৱত মেজিক নম্বৰ অতিক্ৰম কৰিলে AAPএএক্সিট প’লৰ নম্বৰক স্পৰ্শ কৰি AAPৰ অভিলেখ৭৫+ AAPৰ হাততমাত্ৰ ১৩খন আসনতহে অগ্ৰগতি ল’বলৈ সক্ষম কংগ্ৰেছআকালি ৮, বিজেপি ৭

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী,...

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে ২ স্কুলীয়া ছাত্ৰীক, থিতাতে নিহত ছাত্ৰী

মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়ালে দুগৰাকীকৈ স্কুলীয়া ছাত্ৰীক। এগৰাকী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী গুৰুতৰভাবে আহত হৈছে। বটদ্ৰৱা সমষ্টিৰ অধীনৰ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ এলেকাধীন...

এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা

ড্ৰাগছৰ বেহাত জড়িত মহিলা ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলা। ধৃত মহিলাগৰাকীৰ নাম মইনা হাজৰিকা। মহিলাগৰাকীৰ পৰা ৫০ হাজাৰ, ১২ গ্ৰাম হেৰইন...

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন

উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দোষী এ জি পেৰাৰিভালনক জামিন প্ৰদান কৰে। পেৰাৰিভালন জামিনৰ বাবে যোগ্য হয় নে নহয় সেই বিষয়টো শীৰ্ষ আদালতৰ...

Popular