মুখ্য বাতৰি

ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলী!

ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলীকৰিমগঞ্জৰ টোল গে’টৰ সম্মুখত গুলীচালনা আৰক্ষীৰড্ৰাগছ লৈ যোৱা বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীড্ৰাগছ সৰবৰাহকাৰীৰ এখন গাড়ী জব্দ কৰে আৰক্ষীয়েগাড়ীখনৰ পৰা...

ফেব্ৰুৱাৰীত ৪ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

২০২১-২২ পৰ্যটন বৰ্ষৰ পঞ্চমটো মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিলে ৪ কোটি ৪৬ লাখ,৭৫ হাজাৰ ৬৬০ টকাৰ ৰাজহ। ফেব্ৰুৱাৰী মাহত উদ্যান দৰ্শন কৰিবলৈ অহা...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ। বৃষ : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ...

এশ গৰু মৰিলে বাঘৰো মৰণ…জালত পৰিল চোৰাংচিকাৰী জেকীবাৰ্থ চাংমা

হস্তনিৰ্মিত বন্দুকসহ চোৰাংচিকাৰী আটক। আমচৈ আৰক্ষীয়ে আটক কৰিছে জেকীবাৰ্থ চাংমা নামৰ চোৰাং চিকাৰীটোক। ৰহাৰ আমচৈ গাৰোগাঁৱত চলিছিল এই অভিযান। ধৃত চাংমাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ...

জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আহিব বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ

বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত ৷ বৰপেটা সত্ৰত অনুষ্ঠিত বিখ্যাত দৌল মহোৎসৱ দৰ্শন কৰিবলৈ বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলি৷ বৰপেটাৰ জিলা উপায়ুক্তই...

Popular