মুখ্য বাতৰি

ভাৰতলৈ আহি আছে নেপালৰ প্ৰধানমন্ত্ৰী, উদ্দেশ্য কি?

নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেওবা আহিব ভাৰতলৈ। অহা ১ এপ্ৰিলৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আহিব ভাৰতলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ভাৰতলৈ আহিব নেপালৰ প্ৰধানমন্ত্ৰীগৰাকী।...

বীৰভূমকাণ্ডৰ CBI তদন্তৰ নিৰ্দেশ, বিপদত পৰিব নেকি মমতা বেনাৰ্জী?

পশ্চিম বংগৰ বীৰভূমকাণ্ডৰ CBI তদন্তৰ নিৰ্দেশ। কলকাতা উচ্চ ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে এই ঘটনাৰ। অহা ৭ এপ্ৰিলত প্ৰতিবেদন প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চ ন্য়ায়ালয়ৰ। উল্লেখ্য...

চোৰাং গৰু সৰবৰাহৰ সময়তে গৰুসহ জালত আবুল কালাম

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ অভিযান। ৰূপহীহাট আৰক্ষী থানাৰ উপ-পৰিদৰ্শক গোপাল তালুকদাৰৰ নেতৃত্বত চলিছিল এই অভিযান।...

পাগলদিয়াক ভেটিবলৈ ৰাইজৰ প্ৰয়াস, নৈত উচন ১৫০টা পৰিয়ালৰ ঘৰ

তামুলপুৰ আৰু বাক্সা জিলাৰ মাজেৰে ভূটানৰ পাদদেশৰ পৰা বৈ আহিছে পাগলাদিয়া নদী ৷ ভূটানৰ পৰা বৈ অহা লেব্ৰা আৰু শিলপাত উপ নৈ খনো ১নং...

ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ-মহিলা, বন্ধ কৰিলে নিৰ্মাণৰ কাম

প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে শ শ পুৰুষ মহিলা ওলাই আহি বন্ধ কৰিলে নিৰ্মাণৰ কাম। চিলাপথাৰ পৌৰসভাৰ অধীনত গেলগেলি সৰুপামত জনাঞ্চলৰ...

Popular