মুখ্য বাতৰি

‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন!

'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন! অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনদেৱক জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে...

বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ অসুস্থ

পুনৰ অসুস্থ বিশিষ্ট চিত্ৰশিল্পী, ছবি পৰিচালক পুলক গগৈ। উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে GMCHলৈ। দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছে গগৈ। GMCHত...

দেশজুৰি PFIৰ ১০০ৰো অধিক নেতা-কৰ্মীক গ্ৰেপ্তাৰ!

পপুলাৰ ফ্ৰণ্ট অব ইণ্ডিয়া (PFI)ৰ বিৰুদ্ধে দেশজুৰি অভিযানদেশৰ বিভিন্ন স্থানত NIA আৰু EDৰ যৌথ অভিযানPFIৰ বিৰুদ্ধে প্ৰথমটো তীব্ৰ অভিযান তদন্তকাৰীৰ সংস্থাৰদেশজুৰি PFIৰ ১০০ৰো অধিক...

কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেলবৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰবৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়েবৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনাৰাষ্ট্ৰীয়...

দিল্লীত সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিল গগৈয়ে

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰমুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলেসাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়থাওৰা-শিৱসাগৰৰ মাজত স্থাপন হ’ব মেডিকেল...

Popular