মুখ্য বাতৰি

পৱিত্ৰ মাৰ্ঘেৰিটা, ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত!

ৰাজ্যজুৰি ৰাজ্যসভা নিৰ্বাচনক লৈ গৰম ৰাজনীতি। ৩১ মাৰ্চত কোনে শেষ হাঁহি মাৰিব তাক লৈ সৰৱ আলোচনা। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। এফালে যদি মুখ্যমন্ত্ৰীৰ...

অসমৰ এই ১০টা স্থানত নতুনকৈ নিৰ্মাণ হ’ব উৰণীয়া সেতু

ৰাজ্যৰ দ্ৰুত উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে পদক্ষেপ বিজেপি চৰকাৰৰ। বৰ্তমানে নিৰ্মাণৰত ফ্লাইঅভাৰৰ লগতে আৰু ১০খন নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হব। আজি...

১৪ এপ্ৰিলৰ পৰা ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু

১৪ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু অনুষ্ঠান। বিহু সম্ৰাজ্ঞীয়ে ১ লাখ, বিহু ৰাণীয়ে ৫১ হাজাৰ, বিহু কুঁৱৰীয়ে ৩১ হাজাৰ...

শিক্ষাগুৰুৰ পিছত এইবাৰ অংগনবাড়ী কৰ্মীৰ ‘বিদ্ৰোহ’, প্ৰাপ্যৰ দাবীত শদিয়াৰ পৰা ধুবুৰীলৈ উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদৰ মাজতে এইবাৰ অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ গৰৈমাৰীত অঙ্গনৱাড়ী কৰ্মীৰ প্ৰতিবাদ৷ দক্ষিণ কামৰূপৰ গৰৈমাৰী সংহত...

উৰহী গছেই হ’ল কাল, ডিঙিত কাঁচি লাগি বাগৰি পৰিল ৩০ ফুট তললৈ!

মেৰাপানী সীমান্তত কৰুণ ঘটনা। চুবুৰীয়া নাগালেণ্ডত দিন হাজিৰা কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে অসমৰ কিশোৰে। নিহত কিশোৰটিৰ নাম কৃষ্ণ দাস। উল্লেখ্য যে, দুপৰীয়া মেৰাপানী...

Popular