মুখ্য বাতৰি

কাইলৈ ৫ শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমৰ ক’ত ক’ত হ’ব দৃশ্যমান?

শদিয়া আৰু অৰুণাচলবাসীয়ে মিছ নকৰিব। ৫ শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ চাবলৈ সাজু হওক। কেৱল অসমৰ কিছু প্ৰান্ত আৰু অৰুণাচলৰ লোকেহে প্ৰত্যক্ষ কৰিব পাৰিব এই চন্দ্ৰগ্ৰহণ।

মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে; সৱিশেষ পঢ়ক…

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণীকলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণৰ পৰামৰ্শনিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰকাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণীভাৰত-পাকিস্তান...

নতুন শিক্ষা নীতিয়ে আনিব আমূল পৰিৱৰ্তন; খালী পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকললৈ ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ’ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ...

‘নিচাৰ ৰাজধানী’: সুৰা বিপনীৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদ

দিল্লীত কংগ্ৰেছ কৰ্মীসকলে বুধবাৰে সুৰাৰ বিপনীৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে আৰু দাবী কৰে যে নতুন আবকাৰী নীতিয়ে ৰাজধানীখনক "নিচাৰ ৰাজধানী" লৈ পৰিণত কৰিব। সীতা ৰাম...

পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত

পাকিস্তানৰ আৰ্শীবাদপুষ্ট সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘত সৰৱ ভাৰত। সীমান্তৰ সিপাৰৰ পৰা ভাৰতত চলি থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ভাৰতে।...

Popular