মুখ্য বাতৰি

মডাৰ্ণ স্কুলৰ আত্মহত্যাৰ চেষ্টা কৰা ছাত্ৰীৰ মৃত্যু

মৃত্যুক সাবটিলে মহানগৰীৰ মডাৰ্ণ স্কুলত আত্মহত্যাৰ চেষ্টা চলাই চিকিত্সাধীন হৈ থকা ছাত্ৰীগৰাকীয়ে। আজি পুৱা ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিত্সালয় কৰ্তৃপক্ষই। শুকুৰবাৰে স্কুলৰ তৃতীয় মহলাৰ...

৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীৰ ভেকচিন, এইকেইটা বৃহৎ ঘোষণা মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩ জানুৱাৰীৰ পৰা ১৫ৰ পৰা ১৮ বছৰ বয়সলৈ ভেকছিন প্ৰদানৰ কথা ঘোষণা...

অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ

অমিক্ৰনৰ বাবে নতুন SOP জাৰি ৰাজ্য চৰকাৰৰ নিশা ১১:৩০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইননিশা ১০:৩০ বজাত বন্ধ কৰিব লাগিব দোকান-পোহাৰ৩১ ডিচেম্বৰত নাথাকিব...

বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য ভেদ কৰিব অসমৰ বিজ্ঞানীয়ে

শীঘ্ৰে ভেদ হ’ব বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ উদ্যোগত আজি মুকলি কৰা হ’ব এটা অত্যাধুনিক টেলিস্ক’প। ২০ বছৰজোৰা নাছাৰ বিজ্ঞানীৰ...

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধিসংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থাদেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎমহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাটত নৈশ সান্ধ্য আইননৈশ...

Popular