মুখ্য বাতৰি

আজি ভাৰত-নিউজিলেণ্ডৰ T20 মেচ, মুখ্যপ্ৰশিক্ষক হিচাপে যাত্ৰা আৰম্ভ হ’ব দ্ৰাৱিড়ৰ

বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজি পুনৰ ভাৰত-নিউজিলেণ্ড নামিব T20ৰ যুঁজত। ভাৰত ভ্ৰমণলৈ অহা নিউজিলেণ্ডৰ সৈতে ৩খনীয়া T20 শৃংখলাৰ আজি প্ৰথমখন মেচ। আজি মেচখনত কোহলিৰ পৰিৱৰ্তে...

২০২৬, ২০৩১ আইচিচি বিশ্বকাপৰ সহ-আয়োজক হ’ব ভাৰত

২০২৪ৰ পৰা ২০৩১ চনৰ ভিতৰত আইচিচি পুৰুষৰ সীমিত অভাৰৰ প্ৰতিটো মুখ্য প্ৰতিযোগিতাৰ বাবে আয়োজক ৰাষ্ট্ৰসমূহক নিশ্চিত কৰাৰ সময়ত আইচিচিয়ে সোমবাৰে ঘোষণা কৰে যে বাংলাদেশ...

খেলুৱৈসকল যন্ত্ৰ নহয়; খেলুৱৈসকলক ফিট আৰু সতেজ কৰি ৰাখিব লাগিব : ৰাহুল দ্ৰাবিড়

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ৰ পূৰ্বে সম্বোধন কৰা সংবাদমেলখনত ভাৰতৰ টি-২০ দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে, ভাৰতীয় দলটোৱে সঠিক ফৰ্মেটত টেমপ্লেট প্ৰাপ্ত কৰিব লাগিব।...

পথ দূৰ্ঘটনা! সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

এক হৃদয়বিদাৰক ঘটনাভয়ংকৰ দূৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যুপাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটনএখন ট্ৰাক আৰু ছুম' বাহনৰ মাজত...

সচাঁকৈয়ে ৰাঘৱ বৰ্ণবাদী নেকি?

এইবাৰ বিতৰ্কত সোমাই পৰিছে অভিনেতা, কৰিঅ'গ্ৰাফাৰ আৰু এংকৰ ৰাঘৱ জুৱেল। ৰাঘৱে অলপতে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' পোষ্ট কৰিছে আৰু শেহতীয়াকৈ ভাইৰেল হোৱা এটা...

Popular