মুখ্য বাতৰি

পুনৰ নগাঁও-কাছাৰ কলৰ নিলামৰ নিবিদা

পুনৰ নগাঁও-কাছাৰ কলৰ নিলামৰ নিবিদাৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰাৰ কথা আছিল কাগজ কলদুইটা কাগজ কল আৰু সকলো সা-সম্পত্তিৰ বিক্ৰীৰ জাননীকাগজ নিগমৰ লিকুইডেটৰ কুলদীপ বাৰ্মাৰ বিজ্ঞাপনপূৰ্বতকৈ...

APSCৰ পৰা ভাষা বিষয়ৰ পৰীক্ষা প্ৰত্যাহাৰৰ সিদ্ধান্ত

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১৪টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেল যোগে এই সিদ্ধান্তসমূহ সদৰি কৰিছে।...

ক’ভিড ভেকচিন লোৱা নাই নেকি? ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ ৮২.৯%

GMCHৰ সমীক্ষাত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ হাৰ চিন্তনীয়ভাৱে বৃদ্ধি ৮২.৯ শতাংশলৈ। চলিত বৰ্ষৰ এপ্রিল মাহৰ পৰা GMCHত ভৰ্তি হোৱা...

চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ দিনৰ বিশেষ ছুটী

বঙাইগাঁও কেবিনেটত আন এক বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পিতৃ-মাতৃ থকা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব এক বিশেষ ছুটী। কৰ্মচাৰীসকলে এই ছুটী লাভ কৰিব...

মাংস বিতৰ্কক লৈ উত্তাল ভাৰতীয় ক্ৰিকেট; কাণপুৰ টেষ্টৰ পূৰ্বে অস্বস্তিত BCCI

বৃহস্পতিবাৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে কাণপুৰত প্ৰথমখন টেষ্ট খেলিব টীম ইণ্ডিয়াই। দুখনীয়া টেষ্ট শৃংখলাৰ বাবে সাজু হৈ উঠিছে ভাৰতীয় ক্ৰিকেট দল। আজিংক্য ৰাহাণেৰ নেতৃত্বত দ্বিতীয়টো...

Popular