মুখ্য বাতৰি

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধMMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসাগুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতালআন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ

বিশ্ববাসীয়ে আদৰিলে নতুন বৰ্ষক

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ। নৱবৰ্ষৰ আগমনৰ লগে...

বিশ্ববাসীয়ে আদৰিলে ২০২২ক, নৱবৰ্ষৰ আগমনৰ লগে লগে বিশ্বজুৰি আনন্দ উছাহৰ ঢল

সময়ৰ আলি দোমোজাত আৰু এটা বছৰে মেলানি মাগিলে। আগমন ঘটিল এটা নতুন বৰ্ষৰ। ২০২২ৰ আগমনৰ লগে লগে সূত্ৰপাত ঘটিব বহু নতুনত্বৰ। নৱবৰ্ষৰ আগমনৰ লগে...

অসমলৈ আহি আছে বুষ্টাৰ ড’জ…

ক’ভিডৰ সৈতে মোকাবিলা কৰিবৰ বাবে অসমতো প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। ক’ভিডৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ বুষ্টাৰ ড’জ প্ৰদান কৰাৰ পৰিকল্পনা। প্ৰথমে স্বাস্থ্য...

নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীৰ বাবে দুটাকৈ ছুটী!

৬ আৰু ৭ জানুৱাৰীত ৰাজ্যিক কৰ্মচাৰীৰ বিশেষ ছুটীপিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সময় কটাবলৈ এই বিশেষ ছুটীকৰ্মচাৰীসকলে প’ৰ্টেলত আপলোড কৰিব লাগিব ফটোফটো আপলোড নকৰিলে ল’ব বিশেষ...

Popular