মুখ্য বাতৰি

বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি যতীন বৰাই?

বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি যতীন বৰাই? 'ৰত্নাকৰ'ত কৰিব নোৱাৰা কামবোৰ 'ৰাঘৱ'ত কৰিবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গৰ পৰা চিনেমাৰ পাব্লিচিটী কৰিবলৈ শিকিছো। প্ৰমচনৰ...

অন্ত পৰিব নেকি ইমৰান খানৰ ৰাজনৈতিক কেৰিয়াৰ?

৫ বছৰলৈ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ইমৰান খানে। পাকিস্তানৰ নিৰ্বাচন আয়োগে ইমৰান খানক অযোগ্য ঘোষণা কৰিছে। বিদেশী ৰাষ্ট্ৰপ্ৰধানে উপহাৰ দিয়া সামগ্ৰীসমূহ অবৈধভাবে বিক্ৰী কৰাৰ অভিযোগ।...

ঘোচ লৈ চৰকাৰী কৰ্মচাৰীৰ সম্পত্তিৰ পাহাৰ

কেঁচু খান্দোতে সাপ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ ঘৰত লাখ লাখ টকা দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ দালালসহ হাতেলোটে গ্ৰেপ্তাৰ https://youtu.be/ojLYILzEYeo

ভাৰতীয় নাগৰিকক শীঘ্ৰেই ইউক্ৰেইন ত্যাগৰ নিৰ্দেশ ভাৰতীয় দূতাবাসৰ

ইউক্ৰেইনত পুনৰ যু্দ্ধৰ বিভীষিকা। পৰস্পৰৰ বিৰুদ্ধে পুনৰ টঙালি বান্ধিছে ৰাছিয়ান আৰু ইউক্ৰেইন সেনাই। যোৱা এপষেক ধৰি ইউক্ৰেইনৰ ৰাজধানী কীভসহ কেইবাখনো চহৰত ক্ষেপণাস্ত্ৰ আৰু আত্মঘাতী...

ভাৰতৰ বিৰুদ্ধে এইবাৰ বাংলাদেশৰ জলসন্ত্ৰাসবাদ

✒️অচিন্ত্য শৰ্মা অথলে গ'ল নেকি মোদীৰ তৈলমৰ্দনপুনৰবাৰ ভাৰতবিৰোধী স্থিতিত শ্বেখ হাচিনাচীনক লগত লৈ নতুন ষড়যন্ত্ৰএইবাৰ তিস্তা নদীকেন্দ্ৰিক জলসন্ত্ৰাসবাদ ভাৰত আৰু বাংলাদেশৰ মাজৰ অদৰ্কাৰী তথা অবাস্তব বন্ধুত্বৰ...

Popular