মুখ্য বাতৰি

মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক’ভিডে, অসমৰ বাবে অশনি সংকেত নেকি?

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত ভয়াৱহ ৰূপ লৈছে ক'ভিডে। প্ৰতিদিনে ভয়াৱহভাবে নতুন নতুন ক'ভিড পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮৫২জন লোক আক্ৰান্ত...

ক’ভিড আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত মহিলাৰ মৃত্যু

শিলচৰ মেডিকেল কলেজ হাস্পতালত ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু। শিলচৰ মেডিকেল কলেজ হাস্পতালত আজি আৰু এগৰাকী ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটে। মৃত মহিলাগৰাকীৰ নাম‌ মায়াৰাণী‌...

গুলিবিদ্ধ ড্ৰাগছ মাফিয়া শিৱা ভূঞা, বিশ্বনাথত পুনৰ এনকাউণ্টাৰ

বিশ্বনাথত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলিত গুলিবিদ্ধ হ’ল বিশ্বনাথ বালিপুখুৰীৰ শিৱা ভূঞা নামৰ এটা ড্ৰাগছ মাফিয়া। শুকুৰবাৰে বিশ্বনাথ জিলা অৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে...

এক যুগৰ অৱসান, হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ দেহাৱসান

হলীউডৰ প্ৰথম কৃষ্ণাংগ তাৰকা অভিনেতা চিডনী পইটিয়াৰৰ মৃত্যু। শুকুৰবাৰে ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে। অস্কাৰ বঁটা বিজয়ী চিডনী পইটিয়াৰ হৈছে...

উত্তৰ-পূবৰ সৰ্বোৎকৃষ্ট জিলাৰ ৰাষ্ট্ৰীয় বঁটা গোৱালপাৰালৈ

জল সংৰক্ষণৰ বাবে গোৱালপাৰালৈ ৰাষ্ট্ৰীয় বঁটাউত্তৰ-পূবৰ সৰ্বোৎকৃষ্ট জিলাৰ ৰাষ্ট্ৰীয় বঁটা গোৱালপাৰালৈজল সংৰক্ষণৰ ক্ষেত্ৰত উঃপূবৰ ২য় শ্ৰেষ্ঠ জিলা অৰুণাচলৰ চিয়াংজল সংৰক্ষণৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বঁটা...

Popular