মুখ্য বাতৰি

“যিয়ে খেলিব, তেওঁ জিলিকিব”: কমনৱেল্থ গেমছৰ পদকপ্ৰাপ্তসকলক সাক্ষাৎ কৰি ইনষ্টাগ্ৰামত ৰিল শ্বেয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে (৯ আগষ্ট) নতুন দিল্লীস্থিত তেওঁৰ বাসগৃহত ২০২৬ চনৰ গ্লাছগো কমনৱেল্থ গেমছৰ (Commonwealth Games 2026) পদকপ্ৰাপ্ত ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ কৰে আৰু...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে (Mamata Banerjee) দেওবাৰে উত্তৰ ২৪ পৰগনা জিলা ভ্ৰমণৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সন্মুখীন হয়।...

ট্ৰাম্পৰ ১৫ দফীয়া গাজা শান্তি প্ৰস্তাৱ নাকচ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যেহুৰ: “মই প্ৰধানমন্ত্ৰী হৈ থকালৈকে কোনো ফিলিস্তিনী ৰাষ্ট্ৰ গঠন নহয়”

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে (Benjamin Netanyahu) দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে (Donald Trump) গাজাৰ শান্তিৰ বাবে আগবঢ়োৱা ১৫ দফীয়া শান্তি প্ৰস্তাৱ অগ্ৰাহ্য কৰিছে। ইয়াৰ...

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহাৰ অৱদান

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান বানপীড়িত অঞ্চলৰ  জনসাধাৰণৰ সহায়ৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটি  প্ৰতিনিধি দলে দেওবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি...

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test Range) পৰা মধ্যম ব্যৱধানৰ পাৰমাণৱিক ক্ষমতা সম্পন্ন বেলাষ্টিক মিছাইল 'অগ্নি-৪' (Agni-4)ৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে। বিক্ষোণ...

Popular