মুখ্য বাতৰি

মেৰাপানীত প্ৰাক্তন আলফা কেডাৰৰ ঘৰত আৰক্ষীৰ অভিযান; উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ

গোলাঘাট জিলাৰ মেৰাপানীত এগৰাকী আত্মসমৰ্পণকাৰী প্ৰাক্তন আলফা কেডাৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰাৰ তথ্য পোৱা গৈছে। গোপন তথ্যৰ ভিত্তিত...

শ্বি জিনপিঙৰ সন্মানত ড’নাল্ড ট্ৰাম্পৰ ষ্টেট ডিনাৰ; অতিথিৰ তালিকাত প্ৰযুক্তি জগতৰ ৰথী-মহাৰথী

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সন্মানত বৃহস্পতিবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আয়োজন কৰা ষ্টেট ডিনাৰত উপস্থিত থাকিল বিশ্বৰ কেইবাগৰাকীও ধনকুবেৰ, ৱাশ্বিংটনৰ প্ৰভাৱশালী ব্যক্তি...

৩৯ লাখ টকাত নিলাম হায়দৰাবাদৰ বালাপুৰ গণেশ ভগৱানৰ লাড়ু; কোনে লাভ কৰিলে ২১ কিলোগ্ৰামৰ পৱিত্ৰ লাড়ু?

আজি হায়দৰাবাদত ভগৱান গণেশৰ বিসৰ্জনক কেন্দ্ৰ কৰি চলি থকা বৰ্ণাঢ্য উৎসৱৰ সামৰণি পৰিছে। বালাপুৰ গণেশৰ লাড়ুৰ অভিলেখসংখ্যক নিলামৰ পৰা আৰম্ভ কৰি বিশাল শোভাযাত্ৰালৈ চহৰখনত...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

ৰাজ্যৰ পৰ্যটনপ্ৰেমীসকলৰ বাবে সুখবৰ। বাৰিষাৰ বন্ধৰ অন্তত অহা ২ অক্টোবৰৰ পৰা ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

এখন ব্যতিক্ৰমী বিয়া; ১২ ঘণ্টাৰ পেৰ’লত কম্বোডিয়ান কইনাৰ সৈতে গেংষ্টাৰৰ বিয়া

কাৰাগাৰত আজীৱন কাৰাদণ্ড খাটি থকা হাৰিয়ানাৰ কুখ্যাত গেংষ্টাৰ মেইনপাল ধিল্লাই ওৰফে বাদলীয়ে বিয়াৰ বাবে লাভ কৰিলে ১২ ঘণ্টাৰ পেৰ’ল। কম্বোডিয়াৰ প্ৰেমিকাক বিয়া কৰাবলৈ ধিল্লাক...

Popular