মুখ্য বাতৰি

মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা, ৭ মাৰ্চত ভোটগ্ৰহণ

মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰিমনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰীমনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ...

কিয় মহিলাসকলে পুৰুষতকৈ বেছি সময় শুব লাগে?

মানসিক, শাৰীৰিক আৰু আৱেগিকভাৱে স্বাস্থ্যৱান হৈ থাকিবলৈ যথেষ্ট টোপনিৰ প্ৰয়োজন। যেতিয়া লকডাউনে সমগ্ৰ পৃথিৱীজুৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছিল, সেই সময়ত বেছিভাগ লোকৰ বাবে ঘৰটো...

১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল, আজি ভাৰতৰ সন্মুখত ইংলেণ্ড

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল মেচত। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা গুৰুত্বপুৰ্ণ খেলখন অনুষ্ঠিত হ'ব। ফাইনেল খেলখন ছাৰ ভিভিয়ান...

পঞ্জাৱত কংগ্ৰেছৰ দুজন মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, জিকিলে কোনে প্ৰথম হ’ব মুখ্যমন্ত্ৰী?

কংগ্ৰেছে পঞ্জাৱত দুগৰাকী মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব। কংগ্ৰেছ জয়ী হলে চান্নী আৰু সিদ্ধু আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব। পঞ্জাৱ কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীত্বৰ বাবে চলি থকা...

কোকিলকণ্ঠী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি

পুনৰ লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি। ভাৰতৰত্ন কোকিলকণ্ঠী লতা মংগেশকাৰৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে। বৰ্তমান ভেণ্টিলেটৰত ৰখা হৈছে লতা মংগেশকাৰক। ICUত চিকিত্সকৰ দলে প্ৰতি মুহূৰ্ততে...

Popular