মুখ্য বাতৰি

পেৰিছত বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী পৱন আগৰৱালাক ‘ভাৰত গৌৰৱ’ সন্মান

অভিনেতা অনু কাপুৰ, পদ্মভূষণ কমলেশ পেটেলসহ ৩২জনলৈ এই বঁটা বিশিষ্ট উদ্যোগপতি-ব্যৱসায়ী-সমাজকৰ্মী পৱন আগৰৱালাই লাভ কৰিছে ‘ভাৰত গৌৰৱ’ সন্মান।ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান...

মোদীক আক্ৰমণ কৰি শ’লঠেকত পৰিল নেকি RSS নেতা?

সংঘৰ ‘ডেমেজ কন্ট্র’ল’ৰ চেষ্টাদেশজুৰি প্ৰতিক্ৰিয়াৰ পিছত সুৰ সলনি RSSৰমোদীক আক্ৰমণ কৰি শ’লঠেকত পৰিল নেকি RSS নেতা? প্ৰথমে শুনক RSSৰ দুই নেতাৰ ভাষ্য। RSS প্ৰধান মোহন ভাগৱত...

শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা

অৱশেষত শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা২০৪খন শিশু গ্ৰন্থ লিখাৰ পিছতহে হাজৰিকাই পালে এই সন্মন‘বিপন্ন বিস্ময়ৰ খেল’ নামৰ শিশু উপন্যাসৰ বাবে এই...

কেতিয়া বিধায়ক পদ খাৰিজ হ’ব ৫ কংগ্ৰেছ বিধায়কৰ?

প্ৰসংগ: বিধায়ক পদ খাৰিজকেতিয়া বিধায়ক পদ খাৰিজ হ'ব পাঁচ কংগ্ৰেছ বিধায়কৰ?অধ্যক্ষৰ লেহেমীয়া স্থিতিক লৈ ক্ষুন্ন কংগ্ৰেছ কংগ্ৰেছৰ যুদ্ধংদেহী স্থিতি পাঁচ বিশ্বাসঘাতক বিধায়কৰ বিৰূদ্ধে।কংগ্ৰেছত থাকি বিজেপিক...

আৰম্ভ হ’ল ইউৰো কাপ ২০২৪, শক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ড

আৰম্ভ হ’ল ইউৰো কাপ ২০২৪উদ্বোধনী মেচত ঘৰুৱা দল জাৰ্মানীৰ চমকশক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ডশনিবাৰে অনুষ্ঠিত হ'ব ৩খনকৈ গুৰুত্বপূৰ্ণ মেচ আকৌ ঘূৰি আহিল এই সময়। মাজনিশা...

Popular