ধনতেৰাছত এই কাম কৰিলে সুফল লাভ কৰিব আপুনি!

মঙলবাৰে ধনতেৰাছ উৎসৱ৷ ধনতেৰাছক ধন ত্ৰয়োদশী বুলিও কোৱা হয়৷ লোকবিশ্বাস অনুসৰি এই সময়ছোৱাত যদি কুবেৰ দেৱতা, মা লক্ষ্মী, গণেশ দেৱতাক পূজা কৰা হয় তেন্তে ধনৰ সঞ্চয় হয় বুলি বিশ্বাস কৰা হয় ৷

সুফল লাভ কৰিবলৈ ধনত্ৰয়োদশীত কি কৰিব ?

ধনত্ৰয়োদশীৰ দিনা ১৩ গছি চাকি ঘৰৰ ভিতৰত আৰু ১৩ গছি চাকি যদি ঘৰৰ বাহিৰত জ্বলাব পাৰে৷ এনে কৰিলে ধনৰ পৰিমাণ ১৩গুণ বৃদ্ধি পায় বুলি লোকবিশ্বাস আছে৷ ধনতেৰাছৰ দিনা বিভিন্ন ধৰণৰ সামগ্ৰীও ক্ৰয় কৰা হয়৷ ধনতেৰাছl ৰূপ-সোণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰা হয়৷ যিসকল লোকে এনেধৰণৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে তেওঁলোকে নিমখ, ঝাড়ু ক্ৰয় কৰিব পাৰে৷ ইয়াৰোপৰি নিজৰ বৃত্তিত ব্যৱহাৰ হোৱা যিকোনো এবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ যিসকল লোকৰ ৰাহু দোষ চলি থাকে তেওঁলোকে এইখিনি সময়ত ৰূপৰ বাচন বা সামগ্ৰী ক্ৰয় কৰিলে ৰাহু গ্ৰহৰ প্ৰভাৱ দূৰ কৰিব পাৰে। শিক্ষাৰ্থীসকলে নিজৰ পঢ়া শুনাত ব্যৱহাৰৰ বাবে ধনতেৰাছত কলম, কিতাপ আদি ক্ৰয় কৰিব পাৰে৷ ধনত্ৰয়োদশীত যি সামগ্ৰীয়ে ক্ৰয় নকৰক কি সন্ধিয়া পূজাৰ সময়ত ব্যৱহাৰ কৰিব৷ ইয়াৰোপৰি ৫০০ টকীয়া নোটখনৰো পূজা কৰিব পাৰে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...