মুখ্য বাতৰি

ৰাজ্যত কেতিয়া পালন কৰা হ’ব ঈদ–উল–ফিটৰ?

ৰাজ্যত ১১ এপ্ৰিলত পালন কৰা হ’ব ঈদ–উল–ফিটৰ। মঙলবাৰে ভাৰতৰ আকাশত দেখা নগ’ল ঈদৰ জোন। সেইসূত্ৰে ১১ এপ্ৰিলত অসম তথা ভাৰতত ঈদ উদযাপনৰ সিদ্ধান্ত। কেন্দ্ৰীয়...

মোজাম্বিকত ভয়াৱহ নাও দুৰ্ঘটনা

দক্ষিণ-পূব আফ্ৰিকাৰ দেশ মোজাম্বিকৰ উত্তৰ উপকূলত সংঘটিত এক নাও দুৰ্ঘটনাত কমেও ৯৫জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন কেইবাজনো লোক। দেওবাৰে সংঘটিত হয়...

ভাৰতত সাজু হৈ উঠিছে উৰন্ত গাড়ী

শীঘ্ৰে যান-জঁটৰ পৰা মুক্তি পাব দেশবাসীয়ে। দেশৰ বিভিন্ন অঞ্চলৰ ৰাজপথত দেখিবলৈ পোৱা যান-বাহনৰ দীঘলীয়া শাৰী অদৃশ্য হৈ পৰিব। কোনো সমস্যা নোহোৱাকৈয়ে নিৰ্ধাৰিত সময়ত গন্তব্য...

ভাৰতলৈ আহি আছে INS ‘তুশীল’, ‘তমাল’

দীৰ্ঘ অপেক্ষাৰ অন্তভাৰতলৈ আহি আছে INS ‘তুশীল’, ‘তমাল’বৃদ্ধি পাব ভাৰতীয় নৌসেনাৰ শক্তি শত্ৰু দেশেৰে আগুৰি আছে ভাৰতক। বিভিন্ন ধৰণেৰে উত্তৰ–পূব দিশৰ পৰা চীন আৰু উত্তৰ–পশ্চিম...

ভয়ংকৰ দুৰ্ঘটনাত নিহত ৮জনকৈ লোক

পুনৰ সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। উত্তৰাখণ্ডৰ নাইনিতালত দুৰ্ঘটনাত নিহত হয় ৮জনকৈ লোক। নিহত লোকসকল জলজীৱন মিছন প্ৰকল্পৰ কৰ্মচাৰী আছিল। কাম শেষ কৰি...

Popular