চৰকাৰী কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙিব, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে ভাল খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগৰ অনুমোদন দিলে কেন্দ্ৰীয় কেবিনেটে। বৃহস্পতিবাৰে এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অষ্টম দৰমহা আয়োগ ৰূপায়ণৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চন আৰু ভাট্টা সংশোধন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...