মুখ্য বাতৰি

২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণ

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ২১ ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ভোটগ্ৰহণপ্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ১৬.৬৩ কোটিসাজু ২১ ৰাজ্যৰ ১.৮৭...

আৰক্ষীত ভৰ্তি হৈ দেশৰ সেৱা কৰিবৰ বাবে প্ৰতিজ্ঞাবদ্ধ মাজনী লয়িং

দায়িত্ব সকলোৰে থাকে। এই ধৰক আপোনাৰ দায়িত্ব নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনি কাম এটা সম্পাদন কৰি দিব লাগে। কোনোজনৰ দায়িত্ব বৃদ্ধ ৰুগীয়া পিতৃ মাতৃক আলপৈচান...

ডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল

৫ বছৰত বদৰুদ্দিন আজমলৰ বৃদ্ধি ২ গুণ সম্পত্তিডেৰশ কোটি টকাৰ সম্পত্তিৰ গৰাকী ধুবুৰীৰ সাংসদ আজমল২০১৯ত ৭৮.৮০ কোটি টকাৰ সম্পত্তি আছিল আজমলৰ২০২৪ত ১৫১.৭১ কোটি টকাৰ...

মুকলি হ’ল ১৫ মে’ত গুৱাহাটীত হ’ব লগা খেলৰ টিকট

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান...

মেঘালয়ৰ ইষ্ট গাৰো হিলছৰ ওৱাগাচিত নৃশংস ঘটনা

মেঘালয়ৰ পূৱ গাৰো পাহাৰ জিলাৰ ওৱাগাচিত সংঘটিত এক শিহৰণকাৰী ঘটনা। অচিনাক্ত দুৰ্বৃত্তই ওৱাগাচিৰ বনাঞ্চলত গোৱালপাৰাৰ ৩ জন যুৱকক জীৱন্তে জ্বলাই হত্যা কৰাৰ এক ভয়ংকৰ...

Popular