মুখ্য বাতৰি

জাপানক লৈ কিয় দুৰ্বলতা আছে ভাৰতৰ? জাপানৰ কি কি বস্তু ব্যৱহাৰ কৰে ভাৰতে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাত্ৰা কৰিছে। অষ্টমবাৰৰ বাবে জাপান ভ্ৰমণত গৈছে মোদী, যিয়ে ভাৰত-জাপানৰ সম্পৰ্কৰ গভীৰতা প্ৰকাশ কৰে। এই ভ্ৰমণত তেওঁ জাপানৰ...

আমেৰিকাক নেতৃত্ব দিবলৈ সাজু উপ-ৰাষ্ট্ৰপতি জে.ডি ভান্স; এই চৰ্চাই কি সূচাইছে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জেডি ভান্সে যিকোনো বিপৰ্যয়ত আমেৰিকাৰ নেতৃত্ব দিবলৈ প্ৰস্তুত। বৃহস্পতিবাৰে আমেৰিকাৰ এটা সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত তেওঁ নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ কথা জনাইছে। তেওঁক...

লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আওকাণ কৰি ছলমানে উলহ-মালহেৰে পাতিলে গণেশ চতুৰ্থী

যোৱা বছৰ ছলমান খানৰ বাসগৃহত দুৰ্বৃত্তই গুলীচালনা কৰিছিল। তাৰ পাছৰে পৰা তেওঁ ২৪ ঘণ্টাই কঠোৰ নিৰাপত্তাৰ মাজত চলা-ফুৰা কৰে। যদিও এই নিৰাপত্তা তেওঁৰ বাবে...

ভিক্ষাত নিষেধাজ্ঞা আইন প্ৰণয়নৰ পথত মিজোৰাম! বিৰোধীৰ আপত্তি সত্ত্বেও বিধেয়ক গৃহীত

মিজোৰাম চৰকাৰে ভিক্ষা নিষিদ্ধ কৰাৰ বাবে আইন প্ৰণয়নৰ উদ্যোগ লৈছে। বিৰোধী শিবিৰৰ আপত্তিৰ পিছতো বুধবাৰে উত্তৰ-পূবৰ এই ৰাজ্যৰ বিধানসভাত ‘মিজোৰাম ভিক্ষা নিষিদ্ধকৰণ বিধেয়ক, ২০২৫’...

মাৰ্চ মাহতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন ‘গোপন’ পত্ৰ লিখিছিল চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে

মাৰ্চ মাহত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন পত্ৰ লিখিছিল। আমেৰিকাৰ সংবাদমাধ্যম ‘ব্লুমবাৰ্গ’ৰ এক প্ৰতিবেদনত এনে দাবী কৰা হৈছে। ভাৰতৰ এগৰাকী বিষয়াৰ...

Popular