মুখ্য বাতৰি

নোবেল শান্তি বঁটাৰ বাবে ট্ৰাম্পক সমৰ্থন নজনালে মোদীয়ে! অনুৰোধ প্ৰত্যাখ্যান কৰাত ক্ষুব্ধ হৈ ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে ৫০% শুল্ক

আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নোবেল শান্তি বঁটাৰ সমৰ্থন বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰিছিল! কিন্তু মোদীয়ে তেওঁৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰাত ক্ষুব্ধ...

ড্ৰেগন আৰু হাতী একেলগ হোৱাটো গুৰুত্বপূৰ্ণ : চীনৰ ৰাষ্ট্ৰপতি জিনপিং

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ মাজত প্ৰায় সাত বছৰৰ পিছত সাক্ষাৎ হৈছে। দুই নেতাৰ মাজত প্ৰায় এঘণ্টা ধৰি দ্বি-পাক্ষিক আলোচনা হৈছে। আমেৰিকাৰ...

বিশিষ্ট শিক্ষক, সমাজকৰ্মী অঞ্জন কুমাৰ দাসৰ দেহাৱসান

গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰৰ বাসিন্দা তথা বিশিষ্ট শিক্ষক, সমাজকৰ্মী অঞ্জন কুমাৰ দাসৰ দেওবাৰে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৮২...

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

মহানগৰীত পুনৰ উদ্ধাৰ এটা মৃতদেহ। মালিগাঁৱৰ চাটেল গেটত ৰে'ল লাইনৰ সমীপত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহটো। লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয়...

নলবাৰীৰ মহখলিত নিশা চাঞ্চল্যকৰ ডকাইতি

অকলশৰীয়া দম্পতীৰ সৈতে শিহৰণকাৰী ঘটনা। হাত–ভৰি বান্ধি ডকাইতি, গৃহস্থক নৃশংস হত্যা। স্বামী হত্যাৰ দৃশ্য চাই থাকিবলগীয়া হ’ল অসহায় পত্নীয়ে। ঘটনা নলবাৰীৰ মহখলিৰ। নিশা টিভি চাই...

Popular