মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

মহানগৰীত পুনৰ উদ্ধাৰ এটা মৃতদেহ। মালিগাঁৱৰ চাটেল গেটত ৰে’ল লাইনৰ সমীপত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহটো। লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। বৰ্তমানেও উদ্ধাৰ হোৱা নাইউ মৃত লোকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী, জালুকবাৰী আৰক্ষীৰ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...