মুখ্য বাতৰি

নেপালৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব এজন বৈদ্যুতিক অভিযন্তা!

নেপালত চলি থকা গণবিক্ষোভৰ পিছত প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ চৰকাৰৰ পতনৰ পিছত এতিয়া অন্তৰ্ৱৰ্তী চৰকাৰৰ প্ৰধান হিচাপে নতুন নামৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। প্ৰাক্তন প্ৰধান...

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়ান সেনাত যোগদান ভাৰতীয়ৰ! সকীয়াই দিলে নতুন দিল্লীয়ে

ৰাছিয়ালৈ কাম বিচাৰি গৈ সেই দেশৰ সেনাবাহিনীত যোগদান কৰিছে বহু ভাৰতীয়ই। সংবাদমাধ্যমত এই খবৰ প্ৰকাশিত হোৱাত নতুন দিল্লী তৎপৰ হৈছে। বিদেশ মন্ত্রণালয়ৰ এক বিবৃতিত...

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল কলিয়াবৰৰ কণমাণি কিশোৰীক। ১৪ বছৰীয়া কিশোৰ ভাতৃৰ কামনাৰ বলি হৈছিল ৮ বছৰীয়া ভগ্নী। ধৰ্ষণৰ পাছতে হত্যা কৰি গাঁত খান্দি...

প্ৰাক্তন ৰজাৰ প্ৰতিচ্ছবি পিছফালে ৰাখি দেশক সম্বোধন নেপালৰ সেনাধ্যক্ষৰ; দেশখনলৈ ৰাজতন্ত্ৰ পুনৰ ঘূৰি অহাৰ সংকেত দিছে নেকি?

নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পদত্যাগৰ পিছত দেশৰ দায়িত্ব গ্ৰহণ কৰিছে সেনাবাহিনীয়ে। বৰ্তমান নেপালত সেনাৰ শাসন চলি আছে। এই পৰিস্থিতিত ভাৰতৰ এই প্ৰতিবেশী ৰাষ্ট্ৰখনৰ...

পৃথ্বী শ্বক ১০০টকা জৰিমনা; শাৰীৰিক নিৰ্যাতনৰ গোচৰত আদালতৰ নিৰ্দেশ কৰিছিল অমান্য

ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বী শ্বৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগৰ গোচৰ চলি আছে। অভিযোগকাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মুম্বাইৰ এখন আদালতে পৃথ্বীক নিৰ্দেশ দিছিল। কিন্তু বাৰম্বাৰ কোৱাৰ...

Popular