মুখ্য বাতৰি

কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ধৰ্ষণ আৰু POCSO গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে ৫ বছৰলৈ বৃদ্ধি ফাষ্ট ট্ৰেক আদালতৰ ম্যাদ

ধৰ্ষণ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ লক্ষ্যৰে ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) আঁচনিৰ ম্যাদ পুনৰ পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিলে কেন্দ্ৰীয়...

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ মাজত এতিয়াৰ পৰাই ব্যাপক উন্মাদনা। ২০২৭ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া...

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অগ্নিপথ আঁচনিৰ অধীনত নিযুক্ত অগ্নিবীৰসকলৰ সেৱাৰ ম্যাদ আৰু দুবছৰ বৃদ্ধি...

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে ২,৮১৪ কোটি টকাৰ এখন বিশেষ আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত...

হেকাৰৰ কবলত এইবাৰ ছুপাৰমাৰ্কেটৰ ফ্ৰীজ, নিশাটোৰ ভিতৰতে ৫০ ডিগ্ৰীলৈ বৃদ্ধি উষ্ণতা।কোটি কোটি টকাৰ খাদ্য নষ্ট

এতিয়া কেৱল কম্পিউটাৰ, ম’বাইল অথবা বেংকৰ তথ্যই নহয়, হেকাৰৰ লক্ষ্য হৈ পৰিছে ছুপাৰমাৰ্কেটৰ ফ্ৰীজ আৰু ফ্ৰীজাৰো। আপুনি কিনিবলৈ যোৱা সতেজ শাক-পাচলি, মাছ-মাংস অথবা দুগ্ধজাত সামগ্ৰী...

Popular