মুখ্য বাতৰি

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট, অষ্টমবাৰৰ বাবে বাজেট দাখিল কৰিব সীতাৰমণে

৩১ জানুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ সংসদৰ বাজেট অধিৱেশন। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। ১ ফেব্ৰুৱাৰীত দাখিল কৰিব মোদীৰ ৩য়টো কাৰ্যকালৰ কেন্দ্ৰীয়...

ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড, ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ড। ভূমি দুৰ্নীতিত দোষী সাব্যস্ত ইমৰাণ খান। আল-কাদিৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত ১৯০ পাউণ্ডৰ দুৰ্নীতিৰ গোচৰ ইমৰাণ খানৰ...

হে যুদ্ধ বিদায়…ৰাছিয়া–ইউক্ৰেইন যুদ্ধত মৃত্যু ১২ ভাৰতীয়ৰ, সন্ধান নাই ১৬জনৰ

ৰাছিয়া–ইউক্ৰেইন যুদ্ধত প্ৰাণ গৈছে ১২ ভাৰতীয়ৰ। ১৬ জন ভাৰতীয় নিখোজ হৈ আছে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। ৰাছিয়াৰ হৈ যুদ্ধত নামিছিল সেইসকল ভাৰতীয়।...

টুকুৰা টুকুৰ হ’ল ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ

আমেৰিকাৰ মাজ আকাশত ভাঙি টুকুৰা টুকুৰ হ’ল ধন কুবেৰ ইলন মাস্কৰ সপোনৰ ষ্টাৰশ্বিপ। বৃহস্পতিবাৰে দক্ষিণ টেক্সাছৰ উৎক্ষেপন কেন্দ্ৰৰ পৰা পৰীক্ষামূলকভাৱে এই ৰকেট উৎক্ষেপনৰ মাত্ৰ...

৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া: ১৯ জানুৱাৰীত অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান

উত্তৰাখণ্ডত হ’বলগা আসন্ন ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ জাৰ্ছী উন্মোচন অনুষ্ঠান অহা ১৯ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷ অসম অলিম্পিক সন্থাৰ...

Popular