মুখ্য বাতৰি

ছিগিল পথ, খহিল পাহাৰ; প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে দাৰ্জিলিঙত

পশ্চিম বংগৰ দাৰ্জিলিঙত দেওবাৰে প্ৰবল বৰষুণৰ ফলত প্ৰচণ্ড ক্ষতিসাধন হৈছে। এতিয়ালৈকে ১৭ জন লোকৰ মৃত্যু হৈছে, আৰু বহুতো লোক আহত হৈছে। নীচু অঞ্চলত প্ৰবল...

বিশ্ব ক্ৰিকেটৰ মঞ্চত পুনৰ অপমানিত হ’ল পাকিস্তান; হৰমনপ্ৰীত কৌৰে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰিলে ফাতিমাক

সদ্যসমাপ্ত ২০২৫ চনৰ এছিয়া কাপত ভাৰতীয় পুৰুষ দলে পাকিস্তানক পৰাজিত কৰি খিতাপ জয় কৰিছিল। এতিয়া পাল ভাৰতীয় মহিলা দলৰ। কলম্বোৰ আৰ. প্ৰেমদাসা ষ্টেডিয়ামত মহিলা...

নেপালৰ সন্মুখত আন এক দুৰ্যোগ! ৪৭ জনৰ মৃত্যু, ১১গৰাকী লোক নিৰুদ্দিষ্ট

এমাহৰ আগতে হিংসাত্মক ঘটনাই উত্তপ্ত কৰি তুলিছিল নেপালক। সেই উত্তেজনা মাৰ নৌযাওঁতেই ভাৰতৰ প্রতিবেশী এই দেশখনে আন এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে। এইবাৰ প্ৰাকৃতিক দুৰ্যোগত...

ভাৰতৰ বন্ধু ৰাছিয়াই পাকিস্তানক যুদ্ধবিমানৰ ইঞ্জিন যোগান ধৰিছে নেকি? বিতৰ্কৰ মাজতে মুখ খুলিলে ৰাছিয়াই

চীনা প্ৰযুক্তিৰে নিৰ্মিত যুদ্ধবিমান JF-17 ব্যৱহাৰ কৰে পাকিস্তানে। সেই যুদ্ধবিমানৰ বাবেই পাকিস্তানে ৰাছিয়াৰ পৰা ইঞ্জিন কিনিব বিচাৰে! সম্প্রতি এনে কিছু বিতৰ্ক সৃষ্টি হৈছিল। ৰাছিয়াৰ...

নগাৰ উপদ্ৰৱত কম্পমান নাগালেণ্ড সীমান্তৰ অসমৰ জনতা

গোলাঘাট চুঙাজান টেঙাতলত বৰ্তমানেও অব্যাহত চেপা উত্তেজনা। বৃহস্পতিবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান টেঙাতল জালাল বস্তিত নগাৰ ভয়ানক আক্ৰমণ। শতাধিক বাসগৃহত নগাৰ অগ্নি সংযোগ, বোমা...

Popular