মুখ্য বাতৰি

হৰমুজ প্ৰণালীত ইৰানৰ আক্ৰমণত ভাৰতীয় নাবিকৰ মৃত্যু: ইৰানৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰ প্ৰতিবাদ, আক্ৰমণ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ

'ষ্ট্ৰেইট অব হৰমুজ' (Strait of Hormuz) বা হৰমুজ প্ৰণালীত ইৰানৰ মিছাইল আক্ৰমণত এজন ভাৰতীয় নাবিক নিহত হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ পাছতে ভাৰতে...

‘ষ্ট্ৰেইট অৱ হৰমুজ’ত ট্ৰাম্প প্ৰস্তাৱিত ২০% টোলে পেট্ৰ’ল, ডিজেলৰ দাম কিয় বৃদ্ধি কৰিব পাৰে?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অলপতে ঘোষণা কৰা এক সিদ্ধান্তই ভাৰতৰ শক্তি খণ্ড আৰু দেশৰ পেট্ৰ'ল-ডিজেলৰ মূল্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট কৰি...

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা ২-৩ দিনৰ ভিতৰত গুৱাহাটী মহানগৰী তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ কেতবোৰ ঠাইত...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। বৈঠকৰ মূল উদ্দেশ্য আছিল সামগ্ৰিক জি.এছ.টি....

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০ হাজাৰ আসনযুক্ত ক্ৰিকেট ষ্টেডিয়াম আৰু উচ্চমানৰ সাঁতোৰ প্ৰশিক্ষণৰ উপযোগী ছুইমিং পুলৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।...

Popular