মুখ্য বাতৰি

ভাৰতীয় তীৰ্থযাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিব পাকিস্তান ৰে’লৱেই! পাকিস্তান ৰে’লৱেই কৰিলে এটা ডাঙৰ কাণ্ড

পাকিস্তান ৰে’লৱেৰ এটা ডাঙৰ কাণ্ড পোহৰলৈ আহিছে। পাকিস্তান ৰে’লৱেয়ে ট্ৰেইনৰ দূৰত্ব বৃদ্ধি কৰি ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলৰ পৰা অধিক ভাড়া আদায় কৰিছে। ডন উৰ্দুৰ বাতৰি অনুসৰি,...

ইউটিউবত ভিডিঅ’ চাই প্ৰিন্ট কৰিলে লাখ লাখ টকাৰ নোট; দশম শ্ৰেণীলৈকে পঢ়া বিবেকে প্ৰিন্টিং প্ৰেছত কাম শিকি কৰিলে এই কাম…

মধ্য প্ৰদেশ আৰক্ষীয়ে নকল নোট প্ৰস্তুত কৰা এটা ডাঙৰ গেঙক কৰায়ত্ত কৰিছে। আৰক্ষীয়ে ভূপাল, খাণ্ডৱা আৰু ৰতলামত অভিযান চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। ঘটনাস্থলীৰ...

শ্বেখ হাছিনাক ভাৰতৰ পৰা লৈ যোৱাৰ প্ৰস্তুতি বাংলাদেশ চৰকাৰৰ

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্ৰাইবুনেলে (ICT) প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায় দিছে। হাছিনা বৰ্তমান ভাৰতত আছে। অন্তৰ্বৰ্তীকালীন চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ঘূৰাই অনাৰ...

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড।কেইবাটাও অমানৱীয় অপৰাধৰ গোচৰত দোষী সাব্যস্ত।আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে ৰায়।২০২৪ৰ ছাত্র আন্দোলনক লৈ হাছিনাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।১৪০০ লোকৰ...

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি আইৰ অনুৰ্ধ-২৩ মহিলা টি-২০ প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলৰ...

Popular