মুখ্য বাতৰি

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা লিয়নেল মেছিৰ: সমাপ্ত হ’ল আৰ্জেণ্টিনাৰ হৈ ২০ বছৰীয়া ঐতিহাসিক যাত্ৰা

বিশ্ববিখ্যাত তাৰকা ফুটবলাৰ লিয়নেল মেছিয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগে লগে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ হৈ ফুটবলাৰগৰাকীৰ ২০ বছৰীয়া...

সন্ত্ৰাসবাদৰ বিৰুদ্ধে দুমুখীয়া নীতিৰ কোনো স্থান নাই: এছচিঅ’ সন্মিলনত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতেই প্ৰধানমন্ত্ৰী মোদীৰ স্পষ্ট বাৰ্তা

বিছকেকত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ...

কেন্দ্ৰীয় চৰকাৰৰ আশ্বাসৰ পিছত ৫ ছেপ্টেম্বৰৰ প্ৰতিবাদী সমদল বাতিল কৰিলে চিজেপিয়ে

ককৰোচ জনতা পাৰ্টীয়ে (CJP) অহা ৫ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত কৰিবলৈ লোৱা প্ৰতিবাদী সমদলৰ কাৰ্যসূচী বাতিল কৰাৰ কথা মঙলবাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে। নীট (NEET)...

প্ৰধানমন্ত্ৰী মোদীৰ সোণ ক্ৰয় হ্ৰাস কৰাৰ আহ্বানৰ পিছতে সোণৰ ষ্টকত ব্যাপক পতন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিতান্তই প্ৰয়োজন নহ’লে সোণ ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনোৱাৰ পিছতে সোণৰ ষ্টকসমূহৰ মূল্যত ব্যাপক পতন ঘটিছে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ...

আজি সমাজ সংস্কাৰক, ধৰ্মীয় গুৰু তথা সাহিত্যিক শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি

অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ নৱজাগৰণ কঢ়িয়াই অনা মহান বৈষ্ণৱ সাধক তথা সাহিত্যিক মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। প্ৰতিবছৰে ভাদ মাহৰ শুক্লা...

Popular