মুখ্য বাতৰি

বলেৰ’ গাড়ীয়ে মহটিয়াই নিলে বাইক আৰোহীক, লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত দুৰ্ঘটনাত নিহত অসমৰ যুৱক। নিহত যুৱকজন ছয়গাঁও গৰৈমাৰীৰ আচলপাৰাৰ নুৰ হুছেইন। যুৱকজন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত কৰ্মৰত আছিল। কৰ্মৰত...

ধুমুহাত মূৰৰ ওপৰত ভাঙি পৰিল গছৰ ডাল, হাস্পতাললৈ লৈ যোৱাৰ পূৰ্বে মৃত্যু মহিলাৰ

পুনৰ প্ৰচণ্ড ধুমুহাই প্ৰাণ ল'লে এগৰাকী মহিলাৰ। শুকুৰবাৰে সন্ধিয়া কৰ্মস্থলীৰ পৰা আহি থকা অৱস্থাত ডফলাটিং তিনি আলিত এজোপা গছৰ ডাল ভাগি মহিলাগৰাকীৰ মূৰত পৰাত...

খলনায়িকা! পুটিনৰ ৰক্ষিতা কোন এই এলিনা কাবাএভা

✍️ অচিন্ত্য শৰ্মা ইউক্ৰেইন যুদ্ধৰ প্ৰচণ্ড ধামখুমীয়াৰ মাজতে হঠাৎ বিশ্বজুৰি চৰ্চিত হৈছে এগৰাকী সুন্দৰী ৰমণীৰ নাম। তেওঁ হৈছে একালৰ বিশ্ববিখ্যাত জিমনাষ্ট, মডেল তথা অলিম্পিকত...

হিটমেন’ৰ আজি জন্মদিন

আজি ভাৰতৰ অন্যতম সফল ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ ওপজা দিন। আজিৰ দিনটোত ১৯৮৭ চনত নাগপুৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। 'হিটমেন' বুলি পৰিচিত ৰোহিত শৰ্মাই ভাৰতীয় ক্ৰিকেটক...

ছাতি নেৰিব, বুধবাৰলৈকে হ’ব প্ৰবল বৰষুণ!

আজিৰে পৰা ৰাজ্যজুৰি হ'ব পাৰে মুষলধাৰ বৰষুণ। আনকি ঠায়ে ঠায়ে বতাহ-ধুমুহা অহাৰো আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ব'হাগ বিহুৰ ঠিক আগৰ...

Popular