মুখ্য বাতৰি

মালাইকাৰ পৰা চঈফ আলী খানলৈকে, বিবাহ বিচ্ছেদৰ পিছত এইসকল তাৰকাই বিচাৰি পালে সঁচা প্ৰেম!

বলীউডৰ বহু তাৰকা আছে যাৰ জীৱন বিবাহ ভংগ অথবা বিবাহ বিচ্ছেদৰ বাবে চৰ্চিত। এই চেলিব্ৰেটীসকলৰ বাবে বিবাহ বিচ্ছেদৰ পিছত নিজক স্বাভাৱিক কৰি ৰখাটো কঠিন...

২০২২ৰ IPLত দেখা নাপাব এই সকল খেলুৱৈক

আই পি এলৰ Mega Auctionৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ হৈছে। সকলো দলে ইতিমধ্যে তেওঁলোকৰ ৰাখিবলগীয়া খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে আনহাতে লীগত যোগদান কৰা দুয়োটা...

লখিমপুৰলৈ গ’লে এইকেইখন ঠাইলৈ যাবই লাগিব আপুনি

অসমৰ উত্তৰ-পূব কোণত অৱস্থিত এখন বিখ্যাত জিলা লখিমপুৰ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লক্ষীমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লক্ষীমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ...

দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ

শুকুৰবাৰৰ তুলনাত দেশত সামান্য হ্ৰাস ক’ভিডৰ সংক্ৰমণ২৪ ঘণ্টাত দেশত সংক্ৰমিত ৩ লাখ ৩৭ হাজাৰ লোকশুকুৰবাৰৰ তুলনাত এই সংখ্যা ২.৭ শতাংশ কমসক্ৰিয় ক’ভিড আক্ৰান্তৰ হাৰ...

নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিবলৈ সাজু প্ৰিয়ংকা চোপ্ৰা

মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। শুকুৰবাৰে নিশা স্বামী নিক জ’নাছৰ স’তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য প্ৰিয়ংকা চোপ্ৰাই নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট...

Popular