মুখ্য বাতৰি

আলিংগনৰ অভ্যাস গঢ়ি তোলক, দূৰ হ’ব এইসমূহ সমস্যা!

ব্যস্ততাই কোঙা কৰা জীৱনত মানুহৰ পৰা মানুহৰ দূৰত্ব বাঢ়িছে। মনৰ দূৰত্বৰ সমানে শাৰীৰিক সাহচৰ্যৰ পৰাও বঞ্চিত হৈছে মানুহ। মৰম-চেনেহৰ এই মহঙা দিনত মানুহে হেৰুৱাইছে...

ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত খেলিব ৰোহিত শৰ্মাই

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক ভাল খবৰ। আগন্তুক ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ'বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে মেচ ফিট হৈ উঠিছে ৰোহিত শৰ্মা। NCAত...

কলিয়াবৰত বনভোজ খাবলৈ গৈ নৈত সন্ধানহীন যুৱক!

কলিয়াবৰত বনভোজ খাবলৈ গৈ নৈত সন্ধানহীন যুৱকশিলঘাটৰ ব্ৰহ্মপুত্ৰত সন্ধানহীন জমখলাগাঁৱৰ বিষ্ণু বৰা(২৮)পানী আনিবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন হয় যুৱকজনযুৱকজনৰ বিচাৰি ডুবাৰু বাহিনীৰ উদ্ধাৰ অভিযান

সামান্য কথা এটাত আৰক্ষীয়ে গুলীয়াই দিয়াটো আচৰিত কথা, আনন্দ মিশ্ৰ বাহিনীক লৈ জুবিনৰ প্ৰতিক্ৰিয়া

আনন্দ মিশ্ৰ বাহিনীয়ে ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। নগাঁৱত ছাত্ৰনেতাজনৰ ওপৰত আৰক্ষীয়ে গুলীচালনাক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাৰ্টথ্ৰৱ...

চাকৰিৰ জুই, গণৰাজ্য দিৱসৰ দিনাই নিবনুৱাৰ উত্তাল প্ৰতিবাদ

আৰআৰবি-এনটিপিচিৰ ফলাফলত ৰিগিঙৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। উত্তৰ প্ৰদেশ-বিহাৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ লয়। ক্ষুব্ধ শিক্ষাৰ্থীসকলে গয়া জংচনত ৰেলত জুই লগাই দিয়ে। অগ্নি সংযোগৰ...

Popular