মুখ্য বাতৰি

প্ৰাঞ্জল ঘাটোৱাৰক বিজেপিলৈ অনাত বিশেষ উদ্যোগ লৈছে মুখ্যমন্ত্ৰীয়ে

বিজেপিত বিদ্ৰোহৰ উকমুকনিঘাটোৱাৰ পুত্ৰৰ আগমনক লৈ অসন্তুষ্ট উজনিৰ ৩ বিধায়কঅসন্তুষ্ট বিধায়কৰ মুখ বন্ধ ৰখাৰ চেষ্টা দলীয় নেতৃত্বৰপ্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানক লৈ গা এৰা দিলে ৰাজ্যিক...

ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়েও দিব লাগিব কৰ

কেৱল খোজ-কাটলতহে বাকী কৰ!অন্ন, বস্ত্ৰ, বাসস্থান, ইন্ধনবিলাসীতা-বিনোদন কিম্বা জীৱন(!) ক’ত নাই কৰ?ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়েও দিব লাগিব কৰ https://www.youtube.com/watch?v=iPAs5Sze92M

অসম সাহিত্য সভাত অচলাৱস্থা; ৭ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী

অসম সাহিত্য সভাত অচলাৱস্থাকাৰ্যালয়ত তলা বন্ধ কৰি কৰ্মচাৰীৰ প্ৰতিবাদ৭ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীসভাৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কৰ্মচাৰীৰদৰমহা নোপোৱা পৰ্যন্ত চলিব অসহযোগতলা বন্ধ...

হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে ৰাজপথত মহিলা কমাণ্ডো

সম্প্ৰসাৰিত হৈছে ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদ ইখনৰ পিছত সিখন দেশলৈ বিয়পিছে বিক্ষোভৰ জুই প্ৰতিবাদ দমনৰ নামত প্ৰাণ হেৰুৱাইছে ৬০ জনৰো অধিক লোকে হিজাব বিৰোধী প্ৰতিবাদ দমনৰ বাবে...

মুখ্যমন্ত্ৰীৰ ক্ষমতা জাহিৰৰ কৌশলহে মাত্ৰ চিন্তন বৈঠকঃ ভূপেন বৰা

চিন্তন বৈঠক অনুষ্ঠিত কৰি ক্ৰমান্বয়ে চৰ্চাত ৰাজ্য চৰকাৰ। কাজিৰঙাত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে চিন্তন বৈঠক। বৈঠকত নিয়ম ভংগৰ অভিযোগেৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কটাক্ষ -...

Popular