পৰিনীতি আৰু ৰাঘৱৰ বিয়া কেতিয়া ?

বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাঘৱক এইবাৰ একেলগে দেখা গ’ল মন্দিৰত। শেহতীয়াকৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকীক তেওঁৰ বয়ফ্ৰেণ্ডৰ সৈতে মন্দিৰত আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত মন্দিৰৰ পুৰোহিতে মন্ত্ৰোচ্ছাৰণ কৰিছে আৰু ৰাঘৱ-পৰিনীতিক আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে। এই দৰ্শনকালত ৰাঘৱে ৰঙা কাপোৰ আৰু পৰিনীতিয়ে গোলপীয়া কাপোৰ পিন্ধা দেখা গৈছে। এক খবৰ অনুসৰি দুয়োৰে বিয়া ২০২৩চনৰে চেপ্তেম্বৰ মাহত বুলি জানিব পৰা গৈছে। এই বিয়াখন দুয়োৰে ঘৰৰ উপস্থিতিত ৰাজস্থানত সম্পন্ন হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মিউচুৱেল ট্ৰেন্সফাৰক লৈ শিক্ষকৰ বাবে কঠোৰ নিৰ্দেশনা, সময়মতে নতুন বিদ্যালয়ত যোগদানৰ নিৰ্দেশ

অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষকসকলৰ Inter-District Mutual Transfer আৰু...

জে’লৰ পৰা ওলাই পুনৰ জে’লত সোমাল ইমৰাণ খান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক শুকুৰবাৰে পুৱতি নিশা চিকিৎসাৰ...

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ , বৰ্তমান ২২ বছৰ পুৰণি গোচৰৰ পৰা হ’ল দোষমুক্ত

এগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈক ২২ বছৰ পুৰণি এক...