নিশা হ’লেই তিনিটাকৈ বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ৰহাৰ আমচৈ বেলতলাত বন্যহস্তীৰ উপদ্ৰৱ। নিশা হ’লেই তিনিটাকৈ বনৰীয়া হাতীয়ে অঞ্চলটোত চলাই উপদ্ৰৱ। শুকুৰবাৰে নিশাও অঞ্চলটোৰ পাঁচটাকৈ ঘৰত চলাই উপদ্ৰৱ। বিপিন ডেকা, মাধৱী বৰদলৈ, মণি সাহা, বিউটি ফুকন আৰু লোকেন বৰদলৈ নামৰ লোককেইজনৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...